শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি (Psychological Foundation of Education). ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত ভট্টদের বিশ্ববিদ্যালয়ৰ চাৰি বছৰীয়া স্নাতক আঁচনি (FYUGP) ৰ অধীনত স্নাতক মহলাৰ দ্বিতীয় ষান্মাসিকৰ শিক্ষা বিষয়ৰ গুৰু (Major) আৰু লঘু (Minor) পাঠ্যক্রমৰ ভিত্তিত প্রণীত-