WESTERN POLITICAL PHILOSOPHY (COMPULSORY PAPER)
পাশ্চাত্য ৰাজনৈতিক দর্শন
(বাধ্যতামূলক)
PAPER CODE: POL-05-01
গুৱাহাটী বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ FYUGP (NEP) নতুন পাঠ্যক্ৰমৰ আধাৰত ৰাজনীতি বিজ্ঞান বিষয়ৰ পঞ্চম ষান্মাসিক সম্মান পাঠ্যক্ৰমৰ (5th Semester Honours Course) পাঠ্যপুথি।
ড° ধ্ৰুৱজ্যোতি দাস